UB Photos March 16 / 2026 অগপ কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচী। অগপ দলত আনুষ্ঠানিক ভাবে যোগদান কৰিলে প্ৰকাশ দাসে। আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। যোগদান অনুষ্ঠান উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত। Category News Tags UB media UB Photos UB News Log in to post comments