পুখুৰীৰ মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ অচিনাক্ত মৃতদেহ

death body

হাওৰাঘাটৰ ৰংকুটত অচিনাক্ত মৃতদেহ উদ্ধাৰ ।

কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আৰক্ষী চকীৰ অন্তৰ্গত ৰংকুটৰ চবাই ক্ৰ' গাঁৱৰ মানুহৰ কম পানী থকা পুখুৰীৰ মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো ।

ঘটনাস্থলীত আৰক্ষী প্ৰশাসন আহি উপস্থিত হৈছে ।

বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মৃতদেহটো।

Category