আজি জুবিন গাৰ্গৰ মৃত্যুৰ ছয়মহীয়া তিথি

Zubeen Garg

আজি জুবিন গাৰ্গৰ মৃত্যুৰ ছয়মহীয়া তিথি। কাহিলীপাৰাৰ বাসগৃহত পুৱাৰ পৰা আয়োজন কৰা হৈছে মাংগলিক অনুষ্ঠান।

জুবিনক সুৱঁৰি আৱেগিক হৈ পৰিছে পত্নী গৰিমা আৰু পৰিয়ালৰ লোক।

প্ৰিয় গল্ডীলৈ পত্নী গৰিমা গাৰ্গে ৰান্ধি দিছে প্ৰিয় খাদ্য। মাছ ভাল পাইছিল জুবিনে। সেয়েহে জুবিনে ভাল পোৱা মাছৰ আঞ্জা ৰান্ধিলে গৰিমাই। ফুলকবি দি আলু বিলাহীৰে কচ মাছৰ জোল ৰান্ধিলে পত্নী গৰিমাই।

Category