আম আদমী পাৰ্টিৰ প্ৰাৰ্থিত্বৰ তালিকা ঘোষণা। ১৪টা সমষ্টিৰ বাবে প্ৰাৰ্থিত্বৰ তালিকা ঘোষণা কৰিলে আম আদমী পাৰ্টিয়ে।
আম আদমী পাৰ্টিৰ প্ৰাৰ্থীৰ তালিকা অনুসৰি...
গহপুৰ সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- ঝাৰবম কুটুম
তিতাবৰ সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- পল্লৱ শইকীয়া
নাওবৈচা সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- অচ্যুত দাসক
দেৰগাওঁ সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- পুলিন গগৈক
ইষ্ট গোৱালপাৰা সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- জিনা আমিৰ হুচেইন
ৰহা সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- বৰুণ বিকাশ দাস
বোকাজান সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- ৰেণুকা তিপুংপি
বিশ্বনাথ সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- অনিতা গগৈ
মধ্য গুৱাহাটী সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- অনুপমা ডেকাৰজা
খুমটাই সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- আশীষ হাজৰিকা
শিৱসাগৰ সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- তপন গগৈ
ৰঙানদী সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- টিকেন্দ্ৰ থাপা
চেঙা সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- জহিদুল ইছলাম খান
নদুৱাৰ সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- ৰণজিত বড়ো
- Log in to post comments