UB Photos March 13 / 2026 ঢকুৱাখনা অভয়পুৰ মাজ গাঁৱত মৰ্মান্তিক ঘটনা। বজ্ৰপাত পৰি মৃত্যু ৩০টা ছাগলীসহ ৭ টাকৈ গৰু । বৃহস্পতি বাৰে মাজনিশা গোহালিত বান্ধি থোৱা অৱস্থাত বজ্ৰপাত পৰি সম্পূৰ্ণ ৰূপ জ্বলি যায় পশু ধনসহ গোহালি তপন মিলি নামৰ ব্যক্তি গৰাকীৰ গোহালিত সংঘটিত এই মৰ্মান্তিক ঘটনা। Category News Tags UB media UB News UB Photos Log in to post comments