দিল্লীৰ মাটিয়ালা গাঁৱত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা

Delhi

নিশা দিল্লীৰ মাটিয়ালা গাঁৱত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।

এখন মাছৰ বজাৰত বিধ্বংসী জুইৰ সূত্ৰপাত ঘটে।

অগ্নিনির্বাপক বাহিনীৰ ২৩ খন বাহনেৰে নির্বাপন কৰে জুই।

অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

জুইৰ সূত্রপাতৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

Category