ভয়ংকৰ অগ্নিকাণ্ড; জ্বলি ভস্মীভূত মৰাপাটৰ গুদাম।

dhubri news

গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

গৌৰীপুৰ সন্মান মন্দিৰৰ সন্মুখৰ পেট্ৰ'ল পাম্পৰ কাষৰ মৰাপাট গুদামত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।।

অগ্নিকাণ্ডত জ্বলি ভস্মীভূত এটা মৰাপাটৰ গুদাম।

কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে।।

অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

উক্ত মৰাপাটৰ গুদামটো গৌৰীপুৰৰ ব্যৱসায়ি সুভাষ চিৰনীয়া আৰু সঞ্জয় চিৰনীয়াৰ বুলি জানিব পৰা গৈছে।

Category