নৱবৰ্ষৰ দ্বিতীয়টো দিনটোতে ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি ।
গৰু চোৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।
গৰু চোৰক আৰক্ষীয়ে যাবলৈ দিয়াৰ পিছতে সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতি।
গৰু চোৰ কৰিবলৈ অহা দলটোক পুলিচে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ গাওঁবাসীৰ ।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলী চালনা আৰক্ষীৰ ।
পৰিস্থিতি অধিক অৱনতি ঘটাত নিয়ন্ত্ৰণৰ বাবে আহিব লগা হ'ল অতিৰিক্ত আৰক্ষী ।
Category
- Log in to post comments