চৰকাৰৰ বাবে এলাগী হ'ল নেকি আলফা?

ULFA

চৰকাৰে চুক্তিমতে একো কৰা নাই। চৰকাৰৰ ভূমিকা লৈ অসন্তুষ্ট আলফা। অনুপ চেতিয়াৰ আহ্বান মুখ্যমন্ত্ৰীয়ে বিষয়টোত গুৰুত্ব দিয়ক।

টাডাৰ ১৯৯১ চনৰে এটি গোচৰত আলফাৰ শীৰ্ষ নেতৃত্বত আজি আদালতত হাজিৰ হয়। আলফা নেতা অনুপ চেতিয়াই সংবাদ মাধ্যমক গোচৰটোৰ অন্তত, সংবাদ মাধ্যমৰ সন্মুখত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষাদগাৰ প্ৰকাশ কৰে।

চৰকাৰৰ বাবে এলাগী হ'ল নেকি আলফা? লঘু অপৰাধৰ গোচৰসমূহ আজিও প্ৰত্যাহাৰ নহ'ল। লগতে শ্বহীদ পৰিয়ালে কোনো সংস্থাপন-সাহাৰ্য লাভ কৰা নাই।

উল্লেখ্য যে, চৰকাৰে আলফাৰে কৰা চুক্তি কাৰ্যকৰী নহ'লে তাৰ বাবে চৰকাৰেই জগৰীয়া হয় বুলি সকিয়াই দিছে অনুপ চেতিয়াই

Category