বিতৰ্কিত তনু শ্বাহীক আটক

sankor

দল-সংগঠনৰ হুংকাৰত গা লৰিল দুলীয়াজান আৰক্ষীৰ

দুলীয়াজান থানাত তনু শ্বাহীক জেৰা আৰক্ষীৰ

যিকোনো মুহূৰ্তত তনু শ্বাহীক গ্ৰেপ্তাৰৰ সম্ভাৱনা

নিজ বাসগৃহৰ পৰা আটক তনু শ্বাহীক

অসমীয়া জাতিক লৈ কৰিছিল বিতৰ্কিত মন্তব্য

বিতৰ্কৰ আৱৰ্তত সোমাইছিল শংকৰজ্যোতি বৰুৱা

সঘনাই ভাষ্য সলনি কৰিছিল তনু শ্বাহীয়ে

তনু শ্বাহীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছিল

দাবী তুলিছিল বিভিন্ন দল-সংগঠনে

দুলীয়াজান বন্ধৰো হুংকাৰ দিছিল কেইবাটাও সংগঠনে

Category