এলাহাবাদ হাইক’ৰ্টে খাৰিজ কৰিলে ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্ব...

rahul citizenship

ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্বৰ গোচৰ খাৰিজ
এলাহাবাদ হাইক’ৰ্টে খাৰিজ কৰিলে গোচৰ
বিস্তাৰিত প্ৰতিবেদন দাখিলত ব্যৰ্থ গৃহ মন্ত্ৰণালয়
২১ এপ্ৰিলত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছিল গৃহ মন্ত্ৰণালয়ক
প্ৰতিবেদনৰ বাবে ১০ দিনৰ সময়সীমা বৃদ্ধি কৰিছিল ন্যায়ালয়ে
অন্তিম সময়তো প্ৰতিবেদন দাখিলত ব্যৰ্থ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়
দ্বৈত নাগৰিকত্বৰ অভিযোগ প্ৰথমে তুলিছিল সুব্ৰাহ্মণ্যম স্বামীয়ে
স্বামী বিজেপিৰ প্ৰাক্তন সাংসদ
পৰৱৰ্তী সময়ত আন এজন বিজেপি নেতাৰ এই সন্দৰ্ভত গোচৰ
এলাহাবাদ উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল বিজেপি নেতাজনে
আজি দুজনীয়া বিচাৰপীঠে খাৰিজ কৰে গোচৰটো

Category

Related Articles