
৯ অধ্যক্ষসহ এগৰাকী বিষয় শিক্ষয়িত্ৰীক নিলম্বন
মাধ্যমিক শিক্ষা সঞ্চালকে জাৰি কৰিলে নিৰ্দেশ
একাদশ শ্ৰেণীৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰে জড়িতৰ অভিযোগ
শ্ব’কজৰ সদুত্তৰ দিব নোৱাৰিলে এজনো অভিযুক্তই
শোণিতপুৰৰ নাৰেংকাটি HSৰ অধ্যক্ষ ড০ ৰোহিত চন্দ্ৰ ৰাভাক নিলম্বন
নগাঁৱৰ কঠিয়াতলী HSৰ অধ্যক্ষা সন্ধ্যা বেজবৰুৱাক নিলম্বন
বিদ্যালয়খনৰ বিষয় শিক্ষয়িত্ৰী হিমানী দত্তকো নিলম্বনৰ নিৰ্দেশ
নিলম্বন ধেমাজিৰ বৰদলনি HSৰ অধ্যক্ষা কবিতা চুতীয়াক
নিলম্বন ধেমাজি গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ চক্ৰৱৰ্তী বৰগোঁহাইক
নিলম্বন অধ্যক্ষ গোপীৰাম দলেক
দলে পশ্চিম জোনাই ছিনিয়ৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ
মাজুলীৰ কমলাবাৰী HSৰ অধ্যক্ষা লীলামণি বৰগোঁহাইক নিলম্বন
নিলম্বন ধুবুৰীৰ লক্ষীগঞ্জ HSৰ অধ্যক্ষ মইনুল হক মণ্ডলক
নিলম্বন ৰঙিয়া গাৰ্লছ HSৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰদীপ কলিতাক
- Log in to post comments