ৰাজ্যত পুনৰ শিল্পীক অপমানৰ ঘটনা

diganat

চানমাৰি বিহুমঞ্চত অপদস্থ কণ্ঠশিল্পী দিগন্ত ভাৰতী

শিল্পীজনৰ হাতৰ পৰা আয়োজকে কাঢ়ি নিলে মাইক্ৰ’ফোন

জীন্স পিন্ধি মঞ্চত উঠাৰ বাবে গীত পৰিৱেশনত বাধা

পূৱ গুৱাহাটীৰ বিহু মঞ্চত সংঘটিত এই ঘটনা

গামোচাৰে সম্বৰ্ধনা জনাই গীত পৰিৱেশনত বাধা দি অপমান

জীনচ পিন্ধাৰ বাবেই মাইক্ৰ’ফোন কাঢ়ি নিয়াৰ অভিযোগ

পত্নী ভাস্বতী ভাৰতীৰ গীত উপভোগ কৰিবলৈ আহিছিল ভাৰতী

দিগন্ত ভাৰতীক মঞ্চত গীত পৰিৱেশনৰ বাবে জনাইছিল নিমন্ত্ৰণ

সুৰাপান কৰি দিগন্ত ভাৰতীক অপমানৰ অভিযোগ পত্নীৰ

Category