সংশোধিত ৱাকফ আইন মঙলবাৰৰ পৰা কাৰ্যকৰী

waqf

 

দেশজুৰি কাৰ্যকৰী হ’ল ৱাকফ সংশোধিত আইন

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে জাননী

২ এপ্ৰিলত লোকসভাত, ৩ এপ্ৰিলত ৰাজ্যসভাত গৃহীত হৈছিল বিধেয়ক

৫ এপ্ৰিলত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পিছত পৰিণত হৈছিল আইনত

ৱাকফ আইন কাৰ্যকৰীকৰণক লৈ বিভিন্ন প্ৰান্তত প্ৰতিবাদ

পশ্চিমবংগৰ মুৰ্শ্বিদাবাদত হিংসাত্মক প্ৰতিবাদ

জম্মু কাশ্মীৰ বিধানসভাতো তীব্ৰ হুলস্থূলীয়া পৰিৱেশ

সংশোধিত ৱাকফ আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ১১খনকৈ আবেদন

৭ এপ্ৰিললৈ সৰ্বোচ্চ ন্যায়ালয়ত দাখিল ১১খনকৈ আবেদন

দেওবাৰে মণিপুৰৰ থাওবাল জিলাতো হৈছিল হিংসাত্মক প্ৰতিবাদ

বিজেপি নেতাৰ ঘৰত অগ্নিসংযোগ কৰিছিল সংখ্যালঘু প্ৰতিবাদকাৰীয়ে

Category