গুণোৎসৱ ২০২৫ৰ ফলাফল ঘোষণা...

gunotsav

গুণোৎসৱ ২০২৫ৰ ফলাফল ঘোষণা
গুণোৎসৱৰ প্ৰথম স্থানত শিৱসাগৰ জিলা
দ্বিতীয় স্থানত ডিব্ৰুগড়, তৃতীয়ত যোৰহাট জিলা
স্বচ্ছভাৱে গুণোৎসৱ অনুষ্ঠিতৰ শীৰ্ষত গোলাঘাট
স্বচ্ছভাৱে গুণোৎসৱৰ দ্বিতীয় স্থানত কামৰূপ মহানগৰ
স্বচ্ছভাৱে গুণোৎসৱৰ তৃতীয় স্থানত যোৰহাট
ৰাজ্যৰ মুঠ ১১,৫৯৪ স্কুললৈ উদগণিমূলক অনুদান
‘আৰোহণ আঁচনি’ৰ অধীনত শিক্ষাৰ্থীক টেবলেট বিতৰণ
৫ বছৰৰ ভিতৰত ১০০%লৈ বৃদ্ধি পাইছে A গ্ৰেড স্কুলৰ সংখ্যা
‘২৬ হাজাৰ বিদ্যালয়ক উন্নত গুণগত মানদণ্ড স্কুললৈ উন্নীত’
‘B গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে’
‘ৰাজহুৱা খণ্ডৰ বিদ্যালয়ত নামভৰ্তিৰ বাবে শাৰী পাতিছে’
‘২০৩০ত অ-দ্বিতীয় স্থান লাভ কৰিব ৰাজহুৱা খণ্ডৰ শিক্ষাই’
‘অসমত ৰাজহুৱা খণ্ডৰ বিদ্যালয়ৰ ভৱিষ্যৎ উজ্জ্বল’
২‘০১২ত শিক্ষক নিযুক্তি ৰূপান্তৰৰ যাত্ৰা আৰম্ভ হৈছিল’
২‘০১৭ত গুণগত মানদণ্ডৰে উৎসাহিত কৰিবলৈ গুণোৎসৱ’
‘চৰকাৰী বিদ্যালয়সমূহত পৰিৱৰ্তন দেখা পোৱা গৈছে’
‘ইউনিফৰ্ম আৰু মধ্যাহ্ন ভোজন ব্যৱস্থাৰ প্ৰভাৱ’ 
‘এই ব্যৱস্থাই ৰাজহুৱা খণ্ডৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী বৃদ্ধি কৰিছে’
‘ই বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে’
ইউনিফৰ্মৰ ক্ষেত্ৰত শিৱসাগৰ প্ৰথম, মাজুলী দ্বিতীয়, চৰাইদেউ তৃতীয়
 ‘ষষ্ঠ অনুসূচীৰ ৩খন জিলাই ভাল ফলাফল দেখুৱাব পৰা নাই’
‘চিৰাং, কাৰ্বি আংলং, পশ্চিং কাৰ্বি আংলঙত নিম্নমানৰ ফলাফল’

Category