
প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণক লৈ বিৰোধীৰ সৰৱ চৰ্চা
২০২২ৰ পৰা ২০২৪লৈ ৩৮ বাৰ বিদেশ যাত্ৰা মোদীৰ
৩ বছৰত ৩৮ বাৰ বিদেশ যাত্ৰাত ব্যয় ২৫৮ কোটি
প্ৰধানমন্ত্ৰীৰ বিদেশ যাত্ৰাত সৰ্বাধিক ব্যয় আমেৰিকা ভ্ৰমণত
২০২৩ বৰ্ষত আমেৰিকা ভ্ৰমণত ব্যয় ২২.৮৯ কোটি
২০২৪ চনত কৰা আমেৰিকা ভ্ৰমণত ব্যয় ১৫.৩৩ কোটি
২০২৩ চনত জাপান ভ্ৰমণৰ সময়ত ব্যয় হৈছিল ১৭.১৯ কোটি
২০২৪ত ইটালী ভ্ৰমণৰ সময়তো ব্যয় ১৪.৩৬ কোটি
বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেৰ প্ৰশ্নত প্ৰকাশ এই তথ্য
মল্লিকাৰ্জুন খাৰ্গেৰ প্ৰশ্নত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই দাখিল কৰে তথ্য
Category
- Log in to post comments