IPLত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব ৰিয়ান পৰাগে

riyan

 

ৰাজস্থান ৰয়েলছৰ প্ৰথম ৩ খন খেলত নেতৃত্ব দিব পৰাগে

ৰাজস্থান ৰয়েলছৰ দলীয় মেনেজমেণ্টৰ এই ঘোষণা

২৩ মাৰ্চত ছানৰাইজ হায়দৰাবাদৰ বিৰুদ্ধে প্ৰথম মেচ

২৬ মাৰ্চত KKRৰ বিৰুদ্ধে গুৱাহাটীত দ্বিতীয় মেচ

৩০ মাৰ্চত গুৱাহাটীত CSKৰ বিৰুদ্ধে তৃতীয়খন মেচ

গুৱাহাটীৰ মেচত দলক নেতৃত্ব দিব ৰিয়ান পৰাগে

Category