ভক্তিৰ নামত অশ্লীলতা! পুনৰ বিতৰ্কত সদগুৰু ইছা ফাউণ্ডেচন....

sadhguru

পুনৰ বিতৰ্কত সদগুৰু ইছা ফাউণ্ডেচন
আশ্ৰমখনৰ নাবালিকাক অসৎ আচৰণৰ ভয়ংকৰ অভিযোগ
শেহতীয়াকৈ ফাদিল হৈছে কেইবাটাও ই-মেইল
অভিযোগ ইছা ফাউণ্ডেচনৰ মাতৃ প্ৰদ্যুতাৰ বিৰুদ্ধে


ই-মেইলৰ বাৰ্তালাপত ইছা ফাউণ্ডেচনৰ মাতৃ প্ৰদ্যুতাৰ প্ৰসংগ
বৈবাহিক দীক্ষাৰ সময়ত অসৎ আচৰণৰ অভিযোগ
সমগ্ৰ ঘটনাত অজ্ঞতা প্ৰকাশ ইছা ফাউণ্ডেচনৰ বিষয়ববীয়াৰ
ঘটনা সন্দৰ্ভত তামিলনাডুত দাখিল কৰা হৈছে এজাহাৰ

উল্লেখ্য যে পূৰ্বেই ইছা ফাউণ্ডেচনৰ বিৰুদ্ধে পোহৰলৈ আহিছিল বহু অভিযোগ। য’ত উচ্চ ন্যায়ালয়ে দুগৰাকীকৈ যুৱতীক আশ্ৰমত আৱদ্ধ কৰি ৰখাৰ অভিযোগ নাকচ কৰিছিল। তাৰোপৰি এগৰাকী প্ৰাক্তন শিক্ষয়িত্ৰী আৰু তেওঁৰ স্বামীয়ে আশ্ৰমখনত থকা শিশুক যৌন নিৰ্যাতন আৰু অমানুষিক অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।

Category