
আজি এডভাণ্টেজ আছাম ২.০ৰ দ্বিতীয় দিন
আজিও অনুষ্ঠিত কেইবাটাও বিশেষ কাৰ্যসূচী
বহুকেইটা উদ্যোগ প্ৰতিষ্ঠানৰে চুক্তি স্বাক্ষৰিত
ষ্টাৰ চিমেণ্টৰ লগত ৩২০০ কোটি টকাৰ চুক্তি
মুখ্যমন্ত্ৰীৰ উপস্থিতিত স্বাক্ষৰিত এই চুক্তি
MATHESON HYDROGEN PVT.LTDৰ লগত চুক্তি
১৫০০ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত
গ্ল’বেল হেল্থ লিমিটেডৰ সৈতে ৫০০ কোটি টকাৰ চুক্তি
মেডাণ্টাৰ লগতো ৫০০ কোটি টকাৰ চুক্তি স্বাক্ষৰিত
TARAMA LEISURE EXPERIENCES PVT.LTDৰে চুক্তি
২৭৫ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত
VARUN BEVERAGES লগত ৫১০ কোটি টকাৰ চুক্তি
VIRINCHI LTDৰ সৈতে ৩০০০ কোটি টকাৰ চুক্তি
VIRINCHI HEALTH CARE PVT.LTDৰে চুক্তি
২০০ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিলে ৰাজ্য চৰকাৰে
CENTUTION UNIVERSITYৰ লগতো বুজাবুজিৰ চুক্তি
দক্ষতা বিকাশ, প্ৰশিক্ষণৰ ক্ষেত্ৰৰ বাবে এই চুক্তি
আল্টাট্ৰেক চিমেণ্টৰ লগতো ৭০০ কোটিৰ বুজাবুজিৰ চুক্তি
চিম্বা ল’জিষ্টিকৰ লগত ৫০০ কোটিৰ চুক্তি স্বাক্ষৰিত
ককাপপ্লাচৰ লগত ১০০০ কোটিৰ চুক্তি স্বাক্ষৰিত
কোঠাৰি ইণ্ডাষ্ট্ৰিৰ লগত ৫০০ কোটিৰ চুক্তি স্বাক্ষৰিত
- Log in to post comments