
খানাপাৰা খেলপথাৰত প্ৰস্তুতি সম্পূৰ্ণ
আজি প্ৰদৰ্শনী মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
সন্ধিয়া ৭.৩০ বজাত মুকলি কৰা হ’ব প্ৰদৰ্শনী
অংশ ল’ব বিশ্বৰ বহু দেশৰ বিনিয়োগকাৰীয়ে
অংশ ল’ব ৬১খন দেশৰ প্ৰতিনিধিয়ে
ন-ৰূপত সজোৱা হৈছে গুৱাহাটী মহানগৰীক
এডভাণ্টেজ আছামক লৈ মহানগৰীত কটকটীয়া নিৰাপত্তা
Category
- Log in to post comments