পুনৰ আমেৰিকাৰ পৰা বিতাড়ন ১১৯ ভাৰতীয়ক....

america

পুনৰ আমেৰিকাৰ পৰা বিতাড়ন ১১৯ ভাৰতীয়ক
ভাৰতীয় অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰাওনা বিমান 
আমেৰিকাৰ পৰা আজি নিশা আহি পাব এই বিমান
নিশা ১০ বজাত বিমান অবতৰণ কৰিব অমৃতসৰত
বিতাড়িত ১১৯ জনৰ ৬৭ জন পাঞ্জাৱৰ লোক
৫ ফেব্ৰুৱাৰীত আমেৰিকাৰ পৰা আহিছিল প্ৰথমখন বিমান
অমৃতসৰত অৱতৰণ কৰা বিমানত আছিল ১০৪ বিতাড়িত লোক
চলিত সপ্তাহতে বিতাড়িত লোকক লৈ ভাৰত পাব তৃতীয়খন বিমানো 

Category