
স্বৰ্ণ জয়ৰ দিশে অগ্ৰসৰ অসমৰ ৪ বক্সাৰ
৩৮সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া আজি বক্সিঙৰ ফাইনেল খেল
উত্তৰাখণ্ডত চলি আছে ৩৮সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া
ৰাষ্ট্ৰীয় ক্ৰীড়াত ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে ফাইনেলত অসমৰ ৪ বক্সাৰ
ফাইনেলত নামিব দুই অলিম্পিয়ান লাভলীনা বৰগোহাঁই, শিৱ থাপা
জুনিয়ৰ বিশ্ব চেম্পিয়ন অংশুমিতা বড়ো আৰু অভিনৱ শইকীয়ায়ো খেলিব ফাইনেল
২০২২ৰ গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণ অৰ্জন কৰিবলৈ সক্ষম হৈছিল লাভলীনা
ফাইনেলত লাভলীনা মুখামুখি হ’ব হিমাচলৰ বক্সাৰৰে
স্বৰ্ণজয়ী মেচত শিৱ থাপাৰ প্ৰতিদ্বন্দ্বী হ’ব চাৰ্ভিছেজৰ বক্সাৰ
ফাইনেলত চাৰ্ভিচেজৰ বক্সাৰৰ মুখামুখি হ’ব অভিনৱ শইকীয়াও
পূৰ্বে গুজৰাট আৰু গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণ জয় কৰিছিল অংশুমিতাই
উত্তৰাখণ্ডতো ক্ৰমাগত ১১খন মেচত জয়লাভ কৰি হেটট্ৰিকৰ দিশে অংশুমিতা
আজি উত্তৰাখণ্ডৰ বক্সাৰৰ মুখামুখি হ’ব অংশুমিতা বড়ো
- Log in to post comments