শচীন তেণ্ডুলকাৰলৈ BCCIৰ বিশেষ সন্মান....

bcci

শচীন তেণ্ডুলকাৰলৈ ২০২৩-২৪ বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা

২০২৪ৰ পুৰুষৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ বঁটা বুমৰাহলৈ

জছপ্ৰীত বুমৰাহলৈ সন্মানীয় পলি উমৰিগাৰ বঁটা

চতুৰ্থবাৰৰ বাবে স্মৃতি মান্ধানালৈ মহিলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

১ ফেব্ৰুৱাৰীত মুম্বাইত অনুষ্ঠিত নমন বঁটা প্ৰদান অনুষ্ঠানত এই সন্মান

  bcc1

Category