
BCCI ৰ পূৰ্ণকালীন সচিবৰ দায়িত্বত দেৱজিৎ লন শইকীয়া
বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত দেৱজিৎ লন শইকীয়া
শনিবাৰে আছিল BCCIৰ সচিব পদৰ মনোনয়ন দাখিলৰ অন্তিম দিন
দেৱজিৎ লন শইকীয়াই সচিব পদৰ বাবে দাখিল কৰিছিল মনোনয়ন
BCCI ত জয় শ্বাহৰ স্থলাভিষিক্ত হ’ব দেৱজিৎ লন শইকীয়া
১২ জানুৱাৰীত গুৰুত্বপূৰ্ণ দায়িত্ব লাভৰ সম্ভাৱনা
পূৰ্ণকালীন সচিব হিচাপে ঘোষিত হ’ব পাৰে শইকীয়াৰ নাম
Category
- Log in to post comments