দেশত হ’ব এক দেশ এক নিৰ্বাচন প্ৰক্ৰিয়া...

one nation

 

কেন্দ্ৰীয় কেবিনেটৰ বিধেয়কত অনুমোদন

মঙলবাৰে লোকসভাত বিধেয়কখন উত্থাপনৰ সম্ভাৱনা

প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ অধ্যক্ষতাত কমিটী গঠন

কিন্তু কমিটীৰ পৰামৰ্শই সৃষ্টি কৰিব বাধাৰ

২০২৯ত একেলগে নিৰ্বাচন হোৱাৰ সম্ভাৱনা ক্ষীণ

২০৩৪ৰ পৰাহে এক দেশ এক নিৰ্বাচনৰ সম্ভাৱনা

Category