১ নৱেম্বৰৰ পৰা কাজিৰঙাত মুকলি হ’ব হাতী চাফাৰি
পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব হাতী চাফাৰি
মুকলিৰ পূৰ্বে হাতীসমূহৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা
২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে সাজু ৪৩টা হাতী
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অনা হৈছে হাতীসমূহ
স্বাস্থ্য পৰীক্ষাৰ অন্তত প্ৰায়সমূহ হাতীয়ে সুস্থ বুলি প্ৰকাশ কৰিছে পশু চিকিৎসকে। ইপিনে স্বাস্থ্য পৰীক্ষাৰ লগতে হাতীসমূহৰ যাৱতীয় তথ্য পাতিৰো পৰীক্ষা কৰা হয়। স্মৰ্তব্য যে বাগৰি বনাঞ্চলত ব্যক্তিগত হাতীৰে চাফাৰীৰ বিপৰীতে কঁহৰা বনাঞ্চলত বিভাগীয় হাতীৰে হ’ব চাফাৰী।
Category
- Log in to post comments