গুৱাহাটীস্থিত EDৰ কাৰ্যালয়ত কিয় জেৰা কৰা হ'ল অভিনেত্ৰী তামান্না ভাটিয়াক?

tamanaah

গুৱাহাটীত অভিনেত্ৰী তামান্না ভাটিয়াক EDৰ জেৰা
৮ ঘণ্টা ধৰি শীৰ্ষ বিষয়াৰ মাৰাথন জেৰা অভিনেত্ৰীগৰাকীক
অনলাইন গেমিং আৰু বেটিং এপৰ প্ৰমোচনৰ অভিযোগ

বিভিন্নজনক প্ৰলোভিত কৰাৰ অভিযোগ তামান্নাৰ বিৰুদ্ধে
জেৰাৰ অন্তত যাবলৈ দিয়া হ’ল অভিনেত্ৰীগৰাকীক
নিশাটো ৰেডিচন ব্লুতে কটালে অভিনেত্ৰীগৰাকীয়ে
মুম্বাইলৈ ওভতাৰ পূৰ্বে কামাখ্যা দৰ্শন অভিনেত্ৰীগৰাকীৰ
মা কামাখ্যাৰ আশিস ল’লে মোহময়ী তামান্নাই

tamanaah

মহাৰাষ্ট্ৰ, ক’হিমাত ৰুজু হোৱা গোচৰ সন্দৰ্ভত জেৰা চলাইছিল অভিনেত্ৰীগৰাকীক। ফ্লেয়াৰ প্লেৰ সহযোগী মহাদেৱ বেটিং এপৰ হৈ চলাইছিল প্ৰচাৰ। পূৰ্বে কেইবাবাৰো EDএ চমন দিছিল অভিনেত্ৰীগৰাকীক। প্ৰায় ৬ হাজাৰ কোটি টকাৰ কেলেংকাৰি মহাদেৱ বেটিং এপৰ। চৌদি আৰৱৰ পৰা পৰিচালিত হৈ আছিল এপটো।
 

Category