5Gৰ পিছত এইবাৰ 6G সেৱাৰ প্ৰস্তুতি! দেশত শীঘ্ৰেই পৰিৱৰ্তন হ’ব ম’বাইল সেৱা....

6G

দেশত শীঘ্ৰেই পৰিৱৰ্তন হ’ব ম’বাইল সেৱা

5Gৰ পিছত এইবাৰ চলিছে 6G সেৱাৰ প্ৰস্তুতি

5Gৰ সফলতাৰ পিছত 6G প্ৰৱৰ্তনৰ প্ৰস্তুতি চৰকাৰৰ

২ বছৰতে 5G সেৱা লাভ কৰিবলৈ সক্ষম হৈছে দেশৰ বিভিন্ন চহৰে

ভাৰতত ম’বাইল ব্যৱহাৰকাৰীৰ সংখ্যা প্ৰায় ১২০ কোটি

ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা প্ৰায় ৯৫ কোটি

বিশ্বৰ বিভিন্ন দেশত চলিছে 6G সেৱা প্ৰৱৰ্তনৰ কাম-কাজ

আন দেশক চেৰ পেলাই 6G সেৱা প্ৰৱৰ্তনৰ বিশ্বৰ প্ৰথম দেশ হ’ব পাৰে ভাৰত!

6G গ্ল’ৱেল পেটেণ্ট ফাইলিঙত শীৰ্ষ ৬ দেশৰ মাজত অন্তৰ্ভুক্ত ভাৰত

ইণ্ডিয়া ম’বাইল কংগ্ৰেছত ভাষণ দি ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

Category