নতুন দিল্লীত নিৰ্বাচন আয়োগৰ সংবাদমেল, মহাৰাষ্ট্ৰ, ঝাৰখণ্ডৰ নিৰ্বাচনৰ দিন ঘোষণা....

election commission of india

নতুন দিল্লীত নিৰ্বাচন আয়োগৰ সংবাদমেল
মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ সংবাদমেল
মহাৰাষ্ট্ৰ, ঝাৰখণ্ডৰ নিৰ্বাচনৰ দিন ঘোষণা
মহাৰাষ্ট্ৰত এটা পৰ্যায়ত ২০ নৱেম্বৰত হ’ব ভোটগ্ৰহণ
২৩ নৱেম্বৰত মহাৰাষ্ট্ৰত হ’ব ভোটগণনা 
২টা পৰ্যায়ত ঝাৰখণ্ডত বিধানসভা নিৰ্বাচন
১৩ আৰু ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব ঝাৰখণ্ডত নিৰ্বাচন
২৩ নৱেম্বৰত ঝাৰখণ্ডত হ’ব ভোটগণনা
৪৮ বিধানসভা সমষ্টি, ২ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা
অসমৰ ৫ বিধানসভা সমষ্টিতো হ’ব উপ নিৰ্বাচন
১৩ নৱেম্বৰত হ’ব অসমৰ ৫ বিধানসভা সমষ্টিত নিৰ্বাচন
উত্তৰ প্ৰদেশত ১০, পশ্চিমবংগত ৬, বিহাৰৰ ৪, পঞ্জাৱৰ ৪ সমষ্টিত উপ নিৰ্বাচন
কৰ্ণাটকৰ ৩, কেৰেলাৰ ২, মধ্যপ্ৰদেশৰ ২, ছিকিমৰ ২ সমষ্টিত উপ নিৰ্বাচন
গুজৰাট, উত্তৰাখণ্ড, ছট্টিশগড়ৰ এটাকৈ সমষ্টিত হ’ব উপ নিৰ্বাচন
মহাৰাষ্ট্ৰৰ ২৮৮ সমষ্টিত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন
ঝাৰখণ্ডৰ ৮১ বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন
৩ লোকসভা সমষ্টিতো অনুষ্ঠিত হ’ব উপ নিৰ্বাচন
কেৰেলাৰ ৱায়নাড়, মহাৰাষ্ট্ৰৰ নান্দেৰ, পশ্চিমবংগৰ বছিৰহাটত হ’ব উপ নিৰ্বাচন

Category