শোকৰ ছাঁ! দেশৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান....

ranta tata

দেশৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান
মুম্বাইৰ ব্ৰিজকেণ্ডী হাস্পতালত শেষ নিশ্বাস ত্যাগ উদ্যোগপতিগৰাকীৰ
৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ৰতন টাটাৰ
সোমবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল উদ্যোগপতিগৰাকীক
বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ পৰিছিল ৰতন টাটা
ৰতন টাটাৰ বিয়োগত শোকস্তব্ধ দেশবাসী
টাটাৰ বিয়োগত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰো শোকপ্ৰকাশ
আজি ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব ৰতন টাটাৰ
১০ বজাৰ পৰা বিয়লি ৩.৩০ বজালৈ গুণমুগ্ধই জনাব পাৰিব শ্ৰদ্ধাঞ্জলি
৬ ঘণ্টা দক্ষিণ মুম্বাইত বাসগৃহত ৰখা হ’ব নশ্বৰদেহ
৩.৩০ বজাৰ পিছত বৰ্লীত সম্পন্ন কৰা হ’ব শেষকৃত্য

Category