২০২৪ৰ ন’বেল বঁটা ঘোষণা! ৭ৰ পৰা ১৪ অক্টোবৰলৈ ঘোষণা হ’ব বিভিন্ন ক্ষেত্ৰৰ ন’বেল বঁটা....

nobel price

২০২৪ৰ ন’বেল বঁটা ঘোষণা
সোমবাৰে মেডিচিন ক্ষেত্ৰখনৰ বাবে ঘোষণা ন’বেল বঁটা
ভিক্টৰ এমব্ৰ’জ আৰু গেৰী ৰুপকোনক মেডিচিনৰ ন’বেল বঁটা
মাইক্ৰ’ RNA গৱেষণাৰ বাবে দুই চিকিৎসা বিজ্ঞানীক এই বঁটা
৭ৰ পৰা ১৪ অক্টোবৰলৈ ঘোষণা হ’ব বিভিন্ন ক্ষেত্ৰৰ ন’বেল বঁটা
বিজ্ঞান, অৰ্থশাস্ত্ৰ, সাহিত্য আৰু শান্তিৰ বাবে ঘোষণা ন’বেল বঁটা
দুয়োগৰাকী ন’বেলপ্ৰাপক আমেৰিকাৰ নিবাসী

Category

Related Articles