অচিৰেই বন্ধ হোৱাৰ দিশে JJM আঁচনি, ঠিকাদাৰৰ গাফিলতিৰ বাবে সম্পূৰ্ণ নহ’ল কাম....

jal jivan mission

অচিৰেই বন্ধ হোৱাৰ দিশে JJM আঁচনি
আধাতে কাম এৰি পলাইছে বহু ঠিকাদাৰ
প্ৰহসনত পৰিণত জল জীৱন আঁচনি
ৰাজ্যৰ বহু স্থানত ৰাইজে নাপালে বিশুদ্ধ পানী
ঠিকাদাৰৰ গাফিলতিৰ বাবে সম্পূৰ্ণ নহ’ল কাম
গাফিলতি কৰা ঠিকাদাৰৰ বিৰুদ্ধে সকীয়নি পত্ৰ বিভাগৰ
সকলো জলজীৱন আঁচনিৰ গুণগত মানদণ্ডৰ নিৰ্দেশনা চৰকাৰৰ
সময়মতে কাম সম্পূৰ্ণ নকৰা ঠিকাদাৰে দিব লাগিব উত্তৰ
৬ মাহৰ ভিতৰত সম্পূৰ্ণ নোহোৱা কামসমূহৰ হ’ব নিৰীক্ষণ
একাংশ ঠিকাদাৰে কামৰ সময়সীমা বৃদ্ধি কৰাৰ অভিযোগ
প্ৰকল্পত তৃতীয় পক্ষৰ কামৰ গুণাগুণ হ’ব নিৰীক্ষণ
একাংশ DPR সংস্থাৰ কামৰো নিৰীক্ষণ কৰা হ’ব
আঁচনিসমূহৰ বৰ্তমান পৰিস্থিতিৰো লোৱা হ’ব বুজ
বিভাগীয় মানদণ্ডৰ ওপৰত কৰা হ’ব নিৰীক্ষণ
নিৰীক্ষণ সম্পূৰ্ণ নোহোৱালৈকে সকলো কাম বন্ধ ৰখাৰ নিদেৰ্শনা

Category