আজিৰে পৰা আৰম্ভ হ’ব সম-জিলাৰ কাম...

cmo

 

মহকুমাই লাভ কৰিব সম-জিলাৰ মৰ্যাদা

প্ৰথম পৰ্যায়ত ৩৯খন সম-জিলা উদঘাটন

আজি ২২খন আৰু কাইলৈ ১৭সম-জিলাৰ উদঘাটন

প্ৰশাসনিক সংস্কাৰমূলক কাৰ্যত বৃহৎ সুবিধা হ’ব ৰাইজৰ

সম-জিলাত থাকিব এগৰাকী ADC

ভূমি–ৰাজহ সম্পৰ্কীয় সেৱা, উন্নয়ন আৰু জনকল্যাণমূলক আঁচনি ৰূপায়ণ, প্ৰশাসনিক ক্ষমতা, দণ্ডাধিকাৰী ক্ষমতা, খাদ্য আৰু অসামৰিক যোগান, আবকাৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, দুৰ্যোগ ব্যৱস্থাপনা সকলো দিশ সামৰি নাগৰিকৰ বাবে সুচল চৰকাৰী সেৱাৰ উদ্দেশ্যে গঠন এই সম-জিলা

Category