‘স্বচ্ছতা হি সেৱা-২০২৪’ অনুষ্ঠান! PM মোদীৰ স্বচ্ছতা অভিযানৰ ১০ বছৰ সম্পূৰ্ণ...

NARENDRA MODI

‘স্বচ্ছতা হি সেৱা-২০২৪’ অনুষ্ঠান
গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি এই অনুষ্ঠান
দিল্লীৰ বিজ্ঞান ভৱনৰ কাৰ্যসূচীত PM মোদী
AMRUT 2.0ৰ অধীনত কেইবাটাও প্ৰকল্পৰ শিলান্যাস


PM মোদীৰ স্বচ্ছতা অভিযানৰ ১০ বছৰ সম্পূৰ্ণ
ভিডিঅ’ কনফাৰেন্সযোগে কম্প্ৰেছড বায়’ গেছ প্লাণ্টৰ আধাৰশিলা
গুৱাহাটী, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়াতো অনুষ্ঠান


OIL India Ltd উদ্যোগত অসমৰ গুৱাহাটী, যোৰহাট, শিৱসাগৰ আৰু তিনিচুকীয়াত অনুষ্ঠিত প্ৰধানমন্ত্ৰী স্বচ্ছ ভাৰত অভিযানৰ এই অনুষ্ঠান। দিছপুৰৰ GMC কাৰ্যালয়ত অনুষ্ঠিত এই স্বস্ব ভাৰত অভিযানৰ ভিডিঅ কনফাৰেন্সৰ এই অনুষ্ঠানত উপস্থিত থাকে মেয়ৰ মৃগেন শৰণীয়া, GMDA অধ্যক্ষ নাৰায়ণ ডেকা, GMCৰ আয়ুক্ত ৰ লগতে Oil India Ltd বহুকেইগৰাকী শীৰ্ষ বিষয়া।

Category