১ অক্টোবৰৰ পৰা পৰ্যটন বৰ্ষ আৰম্ভ হ’ব বিশ্বপ্ৰসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত....

Kaziranga National Park

কাইলৈ অৰ্থাৎ ১ অক্টোবৰৰ পৰা পৰ্যটন বৰ্ষ আৰম্ভ হ’ব বিশ্বপ্ৰসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত
৫ মাহৰ পিছত পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
প্ৰথম অৱস্থাত পৰ্যটকসকলে লাভ কৰিব জীপ চাফাৰিৰ সুবিধা
পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ প্ৰাকক্ষণত বিশেষভাৱে তৎপৰ হৈ পৰিছে উদ্যান কৰ্তৃপক্ষ
বিগত বৰ্ষতকৈও আগন্তুক পৰ্যটন বৰ্ষত অধিক বিদেশী পৰ্যটকক আকৰ্ষিত কৰিব পাৰিব বুলি আশাবাদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে জীপ চাফাৰি সন্থা

Category