
শনিবাৰে ডুবাইত অনুষ্ঠিত বৃহৎ বঁটা প্ৰদান অনুষ্ঠান
‘এনিমেল’লৈ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান
12th FAIL ছবিৰ বাবে বিনোদ চোপ্ৰালৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা
শ্ৰেষ্ঠ অভিনেতাৰ সন্মান শ্বাহৰুখ খানলৈ
‘জৱান’ চলচ্চিত্ৰৰ বাবে কিং খানলৈ এই সন্মান
ৰাণী মুৰ্খাৰ্জীলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান
‘মিছেছ চেটাৰ্জী Vs ন’ৰৱে’ ছবিৰ বাবে এই সন্মান
‘এনিমেল’ ছবিৰ বাবে ববী দেউললৈ শ্ৰেষ্ঠ খলনায়কৰ বঁটা
আৰ্জান ভেল্লীলৈ শ্ৰেষ্ঠ নেপথ্য গায়কৰ সন্মান
শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ সন্মান শিল্পা ৰাওলৈ
Category
- Log in to post comments