ADREৰ ২৯ ছেপ্তেম্বৰৰ পৰীক্ষাৰ নতুন SOP জাৰি! জোতাৰ সলনি চেণ্ডেল পৰিধান কৰিবলৈ আহ্বান...

ADRE SOP

ADREৰ ২৯ ছেপ্তেম্বৰৰ পৰীক্ষাৰ নতুন SOP জাৰি
পৰীক্ষা আৰম্ভ হোৱাৰ পিছত কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষাৰ্থী
পৰীক্ষাৰ্থীয়ে পৰীক্ষাকেন্দ্ৰলৈ আহিব লাগিব হাফ চাৰ্ট পৰিধান কৰি 
দ্ৰুত তালাচীৰ বাবে জোতাৰ সলনি চেণ্ডেল পৰিধান কৰিবলৈ আহ্বান
পৰীক্ষাৰ্থীয়ে লগত নিব লাগিব ADMIT CARD
ADMIT CARD, পৰিচয় পত্ৰ লগত থাকিলেহে কেন্দ্ৰত প্ৰৱেশৰ অনুমতি
পৰীক্ষাৰ্থীয়ে লগত নিব পাৰিব বলপেন, ক্ৰেডিট কাৰ্ড
ডেবিট কাৰ্ড, নূন্যতম ধনহে লগত নিব পাৰিব পৰীক্ষাৰ্থীয়ে
লেবেল নথকা স্বচ্ছ পানীৰ বটল নিব পাৰিব পৰীক্ষাৰ্থীয়ে
পৰীক্ষাৰ্থীয়ে লগত আনিব পাৰিব প্ৰশ্নকাকত
পৰীক্ষা শেষ হোৱাৰ পিছত ৫ মিনিট সময় ৰ’ব লাগিব কেন্দ্ৰত

Category