দুৰ্গা পূজাক লৈ SOP মহানগৰ প্ৰশাসনৰ....

Durga Puja SOP

দুৰ্গা পূজাক লৈ মহানগৰ প্ৰশাসনৰ SOP
১০ বজাৰ পিছত অনুভাষ যন্ত্ৰ ব্যৱহাৰত নিষেধাজ্ঞা
বিদ্যুৎ ব্যৱহাৰৰ বাবে পূজা কমিটীয়ে ল’ব লাগিব NOC
প্ৰৱেশ আৰু প্ৰস্থানৰ পথ হ’ব লাগিব পৃথক
চিকিৎসকসহ থাকিব লাগিব মেডিকেল ইউনিট
সকলো কাৰ্যসূচীৰ বিষয়ে জনাব লাগিব স্থানীয় আৰক্ষীক
অগ্নিনিৰ্বাপনৰ ব্যৱস্থাপনা কৰিব লাগিব কমিটীয়ে
পূজাস্থলীত থাকিব লাগিব বিশুদ্ধ খোৱাপানী
বলপূৰ্বক চান্দা সংগ্ৰহত নিষেধাজ্ঞা
আৰক্ষীক জনাব লাগিব সকলো বিষয়ববীয়াৰ নাম
সুৰাকে আদি কৰি সকলো নিচাযুক্ত সামগ্ৰী নিষিদ্ধ
VIPৰ আগমন সন্দৰ্ভত আৰক্ষীক জনাব লাগিব ৭ দিনৰ পূৰ্বে
পূজা মণ্ডপত সংস্থাপন কৰিব লাগিব CCTV কেমেৰা
বিসৰ্জনৰ বাবে নিৰ্দিষ্ট পথেৰেহে নিব পাৰিব মূৰ্তি
বিসৰ্জনৰ সময়ত নিষিদ্ধ সকলো আতচবাজি

Category