দিল্লীৰ নতুন মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা...

ATISHI MARLINA

 

ৰাজভৱনত মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ আতিশীৰ

৫গৰাকী কেবিনেট সতীৰ্থৰো শপতগ্ৰহণ

আতিশীৰ কেবিনেটত গোপাল ৰায়, সৌৰভ ভৰদ্বাজ

আতিশীৰ কেবিনেটত কৈলাশ গেহলট, ইমৰান হুছেইন

আতিশীৰ কেবিনেটত মুকেশ আহলাৱত

দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা

কেজৰিৱাল চৰকাৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব চম্ভালিছিল আতিশীয়ে

১২টাকৈ দপ্তৰ পৰিচালনা কৰিছিল আতিশী মাৰ্লেনাই

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ইতিহাসৰ স্নাতকোত্তৰ আতিশী

Category