অখিল গগৈৰ NIA গোচৰত চাৰ্জ ফ্ৰেমৰ শুনানি সম্পূৰ্ণ....

Akhil Gogoi

অখিল গগৈৰ NIA গোচৰত চাৰ্জ ফ্ৰেমৰ শুনানি সম্পূৰ্ণ 
২২ অক্টোৱৰত গোচৰটোৰ‌ ৰায়দান দিব আদালতে
চানমাৰি NIAৰ আদালতত অখিলৰ হৈ যুক্তি অধিবক্তা শান্তনু বৰঠাকুৰৰ
CAA আন্দোলনৰ আলমত অখিল গগৈৰ বিৰুদ্ধে NIAএ ৰুজু কৰিছিল গোচৰ
পূৰ্বে এই গোচৰত NIA আদালতে অখিল‌ গগৈৰ বিৰুদ্ধে খাৰিজ কৰিছিল অভিযোগ 
চাৰ্জ ফ্ৰেম নকৰি অখিল গগৈক খালাচ দিছিল আদালতে 
পিছত উচ্চতম ন্যায়ালয়ে NIA আদালতৰ ৰায় কৰিছিল খাৰিজ
উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতে পুনৰ NIA আদালতত সম্পূৰ্ণ চাৰ্জ ফ্ৰেমৰ শুনানি

Category