চাৰ্জুন হাঞ্চে আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক.....

AASU

চাৰ্জুন হাঞ্চে আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক
GUত আছুৰ জৰুৰী কাৰ্যনিৰ্বাহকত সিদ্ধান্ত
চাৰ্জুন হাঞ্চেৰ ঘৰ কাৰ্বি আংলঙত
শংকৰজ্যোতিৰ অব্যাহতিৰ পিছত চাৰ্জুন হাঞ্চেক দায়িত্ব
৪ মাহৰ বাবে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব
৪ মাহৰ ভিতৰত অনুষ্ঠিত হ’ব আছুৰ সাধাৰণ সভা
পূৰ্ণাংগ সাধাৰণ সম্পাদকক লৈ অব্যাহত চৰ্চা
পূৰ্ণাংগ সাধাৰণ সম্পাদক হিচাপে চৰ্চাত সমীৰণ ফুকন
শংকৰজ্যোতিৰ প্ৰসংগক লৈ আলোচনা হ’ব কাৰ্যনিৰ্বাহকত
ঘোষণা আছুৰ সভাপতি উৎপল শৰ্মাৰ

Category