আছু এৰিলে শংকৰজ্যোতি বৰুৱাই! আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদক কোন?

AASU

আছু এৰিলে শংকৰজ্যোতি বৰুৱাই
আছুৰ প্রাথমিক সদস্যৰ পৰাও অব্যাহতি শংকৰজ্যোতিৰ
কেন্দ্রীয় নেতৃত্বলৈ শংকৰজ্যোতিৰ পদত্যাগ পত্ৰ প্ৰেৰণ 
আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদক কোন?
আজি বিয়লি আছুৰ জৰুৰী কাৰ্যনিৰ্বাহক বৈঠক
GUৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব বৈঠক
শংকৰজ্যোতিৰ অব্যাহতিৰ পিছত প্ৰথম কাৰ্যনিৰ্বাহক
ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়াৰ সম্ভাৱনা
৫ সহকাৰী সম্পাদকৰ কোনো এজনে পাব এই দায়িত্ব
পূৰ্ণাংগ সাধাৰণ সম্পাদকৰ ক্ষেত্ৰত চৰ্চাত সমীৰণ ফুকন
বৰ্তমানৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য সমীৰণ
পূৰ্বৰ কাৰ্যকালত আছিল সহকাৰী সম্পাদকৰ দায়িত্বত

Category