দক্ষিণ লেবানন আৰু ৰাজধানী বেহৰুটত ধাৰাবাহিক পেজাৰ বিস্ফোৰণ, বিস্ফোৰণত নিহত প্ৰায় ১১জন....

Lebanon Hezbollah

দক্ষিণ লেবানন আৰু ৰাজধানী বেহৰুটত ধাৰাবাহিক পেজাৰ বিস্ফোৰণ
বিস্ফোৰণত মৃতকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি
আহত প্ৰায় ২৮০০ৰো অধিক লোক
বিস্ফোৰণত আঘাতপ্রাপ্ত কেইবাজনো হিজবুল্লাহ কামাণ্ডাৰ 
ঘটনাত ইৰাণৰ ৰাষ্ট্ৰদূত মোজিতবা অ’মানি আহত হোৱাৰ খবৰ
বিস্ফোৰেণেৰে ইজৰাইল জড়িত থকাৰ অভিযোগ হিজবুল্লাৰ
পেজাৰ ডিভাইচৰ ভিতৰত PETN কেমিকেল ব্যৱহাৰৰ সন্দেহ
বিস্ফোৰণৰ বাবে ১৯ ছেপ্টেম্বৰলৈ বন্ধ ৰখা হৈছে বিমান সেৱা

Category