আজিও সন্ধান নাই মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ, ক'ত আছে দীপাংকৰ?....

dipankar barman

আজিও সন্ধান নাই মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ
কোটি কোটি টকা আত্মসাৎ কৰা আত্মগোপন দীপাংকৰৰ
DB STOCKৰ নামত প্ৰৱঞ্চনা বহুজনক
লাখ লাখ টকা বিনিয়োগ কৰি সৰ্বস্বান্ত বিনিয়োগকাৰী
দীপাংকৰৰ বিৰুদ্ধে নলবাৰী থানাত কেইবাখনো এজাহাৰ
নলবাৰীৰ কেইবাগৰাকীও ব্যৱসায়ীয়ে বিনিয়োগ কৰিছিল ধন


এজাহাৰৰ পিছতো আজিলৈ কোনো আৰক্ষীৰ লোক উপস্থিত নহ’ল নলবাৰী DBৰ কাৰ্যালয়ত ৷ আৰক্ষীয়ে দীপাংকৰৰ কাৰ্যালয়ত তালাচী নচলোৱাৰো অভিযোগ বহু ভুক্তভোগীৰ। কোনো প্ৰভাৱশালী ব্যক্তিৰ ছত্ৰছায়াত দীপাংক বৰ্মনে আত্মগোপন কৰি থকাৰ সন্দেহত নলবাৰীত তীব্ৰ প্ৰতিক্ৰিয়া।

Category