অৱশেষত আত্মসমৰ্পণ ম’ষ্ট ৱাণ্টেড চুমি-তাৰ্কিকৰ....

sumi

 

ডিব্ৰুগড়ৰ এটা বিশেষ স্থানত আত্মসমৰ্পণ

পুৱা ৬.৪৫ বজাত আত্মসমৰ্পণ দুয়োৰে

সম্প্ৰতি STFৰ জালত ১২দিনে পলাতক চুমি-তাৰ্কিক

ডিব্ৰুগড় সদৰ থানালৈ অনা হৈছে চুমি-তাৰ্কিকক

আজিয়েই দুয়োকে আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা

চুমিৰ আইনী সহায়ৰ বাবে ডিব্ৰুগড়ত ৪জনকৈ অধিবক্তা

ডিব্ৰুগড়ত প্ৰণৱ কলিতাসহ ৪গৰাকী অধিবক্তা

Category