আছু এৰিব লাগিব সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই....

assu

 

প্ৰেম আৰু প্ৰৱঞ্চনাৰ গোচৰক লৈ বিপদত শংকৰজ্যোতি

সাধাৰণ সম্পাদক পদৰ পৰা শংকৰজ্যোতিক অব্যাহতিৰ পৰামৰ্শ

পৰামৰ্শ আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

আছুৰ ভাবমূৰ্তি অক্ষুণ্ণ ৰখাৰ বাবেই এই পৰামৰ্শ শংকৰজ্যোতিক

শংকৰজ্যোতিক শীঘ্ৰে সিদ্ধান্ত লোৱাৰ আহ্বান

ডঃ ভট্টাচাৰ্যৰ সৈতে সহমত সভাপতি উৎপল শৰ্মাৰ

শীঘ্ৰে অনুষ্ঠিত হ’ব আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক

Category