‘প্ৰেম কৰাটো কোনো অপৰাধ নহয়’ : আছুৰ সাঃ সম্পাদক শংকৰজ্যোতি বৰুৱা...

sankarjyoti

প্ৰেম বিতৰ্ক সন্দৰ্ভত মুখ খুলিছে আছুৰ সাঃ সম্পাদক শংকৰজ্যোতি বৰুৱাই
যুৱতীগৰাকীৰ সৈতে মোৰ প্ৰেমৰ সম্পৰ্ক থকাটো সত্য
‘প্ৰেম কৰাটো কোনো অপৰাধ নহয়’
‘২০২১ চনৰ পৰাই যুৱতীগৰাকী মোৰ চিনাকি আছিল’
‘যোৱা এবছৰে আমাৰ মাজত চলিছিল সংঘাত
‘সংঘাতৰ বাবেই বৃদ্ধি পাইছিল দূৰত্ব’
‘যুৱতীগৰাকীয়ে মোৰ মাৰ লগত কথা পাতিছিল’
‘তেওঁৰ লগত ছমাহে মোৰ কোনো যোগাযোগ নাই’
‘যুৱতীগৰাকীৰ অভিযোগে মোক চিন্তিত কৰিছে’
মই আদালতৰ দ্বাৰস্থ হৈছো
আদালতে মোক অগ্ৰিম জামিন দিছে
মোৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণিত হোৱা নাই
কিবা ক’বলগীয়া থাকিলে মই আদালতত ক’ম

Category