মাজুলীবাসীৰ বাবে দুখবৰ
অনিৰ্দিষ্টকাললৈ বন্ধ যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম
টালি-টোপোলা বান্ধি ঘৰলৈ উভতিল শতাধিক শ্ৰমিক
ঠিকাদাৰী প্ৰতিষ্ঠানৰ খাম-খেয়ালিত বন্ধ নিৰ্মাণকাৰ্য
যুটীয়া নিৰ্মাণকাৰী সংস্থাৰ আভ্যন্তৰীণ কন্দলৰ পৰিণতি
দলং নিৰ্মাণস্থলীত নিমাওমাও পৰিৱেশ
যুটীয়া নিৰ্মাণকাৰী সংস্থাৰ আভ্যন্তৰীণ কন্দল, তথা পুঁজিক লৈ হোৱা কন্দলৰ বাবে বন্ধ এতিয়া যোৰহাট-মাজুলী সংযোগী দলংৰ নিৰ্মাণৰ কাম। প্ৰায় তিনিমাহ ধৰা এই আভ্যন্তৰীণ কন্দলৰ এতিয়া যেন বহিঃপ্ৰকাশ ঘটিল। ৯২৫ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা এই দলংৰ ৭১টা খুটাৰ ইতিমধ্যে সম্পূৰ্ণ হৈছিল ২২ টা খুঁটাৰ কাম।
- Log in to post comments