এতিয়াও পলাতক চুমি বৰা! পোহৰলৈ আহিছে চুমি বৰাৰ আন কেতবোৰ বিস্ফোৰক তথ্য....

sumi

এতিয়াও পলাতক প্ৰৱঞ্চক বিশাল ফুকনৰ সহযোগী চুমি বৰা
পোহৰলৈ আহিছে চুমি বৰাৰ আন কেতবোৰ বিস্ফোৰক তথ্য
স্বামী তাৰ্কিক বৰাৰ জৰিয়তে চুমিয়ে বিনিয়োগ কৰিছিল চেয়াৰ মাৰ্কেটত
উজনি অসমত কেইবাখনো চাহবাগান ক্ৰয় কৰাৰ তথ্য আৰক্ষীৰ
পোহৰলৈ তাৰ্কিক বৰাৰ দীঘলীয়া সম্পত্তিৰ তালিকা 


পেছাত ফটোগ্ৰাফাৰ তাৰ্কিকৰ সম্পত্তিৰ তালিকা দেখি হতবাক আৰক্ষী
উজনিৰ কেইবাটাও প্ৰান্তত চোৰাং চিণ্ডিকেটত বৃহৎ ধন বিনিয়োগ 
চুমি বৰাৰ মোবাইলৰ CALL HISTORY নিৰীক্ষণ আৰক্ষীৰ
চুমিয়ে মোবাইল বন্ধ কৰি আত্মগোপন কৰাৰ সন্দেহ আৰক্ষীৰ
শীঘ্ৰেই স্বামী তাৰ্কিক বৰাকো তলৱ কৰাৰ সম্ভাৱনা আৰক্ষীৰ


ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ পত্নীৰ ব্যক্তিগত ফটোগ্ৰাফাৰ হোৱাৰ সুবাদতেই দীঘলীয়া সম্পত্তি গঢ়াৰ অভিযোগ। তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা তাৰ্কিক আৰু চুমিক সংগ দিয়া আন এটা বৃহৎ চক্ৰ।

Category