২৩গৰাকী আৰক্ষীৰ বিষয়া-জোৱানলৈ বিশেষ সেৱা মেডেল ঘোষণা মুখ্যমন্ত্ৰীৰ.....

Himanta Biswa Sarma

মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা মেডেল ঘোষণা
২৩গৰাকী আৰক্ষীৰ বিষয়া-জোৱানলৈ এই মেডেল
IPS অখিলেশ সিঙলৈ বিশিষ্ট সেৱা মেডেল
সেৱা মেডেল অতিৰিক্ত আৰক্ষী অধীক্ষক ছাদিক আলী আহমেদলৈ
ৰেনুকুন্তলা শীতল কুমাৰ, IPS, Addl. SP
পৰিদৰ্শক বিজয় দুৱৰা, পৰিদৰ্শক কপিল পাঠক
উপ-পৰিদৰ্শক দ্বীপেন বৰুৱা, নৱকুমাৰ ডেকা
উপ-পৰিদৰ্শক প্ৰতিভা বড়ো, কল্যাণী দিব্ৰা
উপ-পৰিদৰ্শক মজিবুল ইছলাম, শিল্পা নৰহ
উপ-পৰিদৰ্শক পুলিন বৰা, সহঃ উপ-পৰিদৰ্শক মৃদুল বৰা
হাবিলদাৰ ৰুবুল চেতিয়া ফুকন, মৃদুল বৰগোহাঁই
লেন্সনায়ক উমেশ কুৰ্মী
ভূবন শৰ্মা, মুকুল ৰহমান, SDRF
অকণ ৰামছিয়াৰী, ফায়াৰমেন
লেন্সনায়ক অঞ্চুমা বসুমতাৰী, কুশল হাজৰিকা (SDRF)
কনিষ্টবল পংকজ কলিতা

Category